মই পূৰ্ণ সহায় আগবঢ়াম TMC ক - তেজস্বী জাদৱ

March 1, Kolkata, Monday 


সোমবাৰে পশ্চিম বংগ ৰাজ্যিক সচিবালয়ত সাক্ষাৎ কৰি এই কথা প্ৰকাশ কৰিছে যে মই পচিশম বংগত বসবাস কৰা যিমান বিহাৰী মানুহ আছে সকলোৱে একত্ৰিত হৈ TCM ক সহায় কৰিবলৈ আহ্বান কৰিছো । তেখেতে আৰু কয় যে এইবাৰৰ নিৰ্বাচন, পশ্চিম বংগৰ সংস্কৃতিক ৰক্ষা কৰাৰ নিৰ্বাচন আৰু যিটো আগেতে তেতিয়াও দেখা পোৱা নগৈছিল । তেখেতে আৰু উল্লেখ কৰে যে BJP য়ে দেশৰ সম্পদ সমূহ বিক্ৰী কৰি আছে , উদাহৰণস্বৰূপে Railway, Steel Authority of India etc. মমতা বেনাৰ্জীয়ে তেজস্বী জাদৱক অভিনন্দন জনায় যে তেঁখেত অতি সোনকালে বিহাৰক শাসন কৰিবলৈ গৈ আছে । মমতা বেনাৰ্জী আৰু উল্লেখ কৰে যে BJP য়ে মিডিয়াক যিমানেই শক্তিশালী ৰূপে ব্যৱহাৰ নকৰে কিয় নিৰ্বাচনত জিকিব নোৱাৰে। লালু প্ৰাসাদ যিদৰে জেলত কষ্ট কৰি আছে এইটো ঠিক কৰা নাই BJP য়ে। 

Comments

Popular posts from this blog

ECI SINGULARLY RESPONSIBLE FOR SECOND PHASE OF COVID-19

Elon Musk passes again Jeff Bezos

US ARMY LEFT KABUL