ৰাম মন্দিৰৰ আগতে নিৰ্মাণ হব বাবৰি মছজিদ

 পাঁচশ বছৰীয়া বিবাদৰ অন্তত Supreme Court ৰ ৰায় হল আৰু বাবৰি মছজিদৰ ঠাইত নিৰ্মাণ কৰা হব ৰাম মন্দিৰ । ইয়াৰ পৰিবৰ্তে চৰকাৰে ৫ একৰ ভূমি দিলে মছজিদ বনাবলৈ। ৰাম মন্দিৰৰ পৰা ৪০ কি মি দূৰত Danipur নামৰ গাওঁখনত দিয়া হৈছে মাটি ডোখৰা । মছজিদ নিৰ্মাণ কৰিবলৈ Indo Islamic cultural Foundation নামৰ এখন Trust গঠন কৰি দিছে চুন্নী অকাব বোৰ্ডে। মছজিদৰ Design তৈয়াৰ কৰিছে JMIU ৰ Architecture Department ৰ Professor S.M Akhtar আৰু আন্ত ৰাষ্ট্ৰীয় পৰ্য্যায়ৰ এখন Design তৈয়াৰ কৰি উলিয়ালে। মছজিদৰ দুটা Campus থাকিব, এখন মছজিদ আৰু আনখন হব ২০০ বিছনা যুক্ত Super Specialist Hospital. লগতে থাকিব এখন Museum Cum Research Centre. Museum খনত হিন্দু-মুছলমানৰ বিভিন্ন ঐতিহাসিক ঘটনাৰ বিবৰণ। ৰাম মন্দিৰৰ নিৰ্মাণ কৰিবলৈ ৩৯ মাহ সময় ধাৰ্য্য  কৰাৰ বিপৰীতে মছজিদ নিৰ্মাণ কৰিবলৈ ৩০ মাহ সময় ধাৰ্য্য কৰা হৈছে। মছজিদত একেলগে ২০০০ জনে নামাজ পঢ়িব পাৰিব । 


Comments

Post a Comment

Popular posts from this blog

Jawan box office collection Day 1: Shah Rukh Khan film collects ₹129 crore worldwide

IPL AUCTION 2024