BTC Election 2020 ৰ প্ৰধান প্ৰশ্নবোৰ

 2003 চন 10 ফেব্ৰুৱাৰী ত BTC চুক্তি স্বাক্ষৰিত হোৱাৰ পাছত BTC ত একক সংখ্যাগৰিষ্ঠতা লাভ কৰি চৰকাৰ গঠন কৰি আছে BPF দলে। BTC ৰ ৰাস্তা ঘাট, স্কুল কলেজ, কৃষি, আদি বিভিন্ন department ৰ অৱস্থা আছিল শোচনীয়। তাৰ পাছত BPF চৰকাৰে সেইবোৰ আজি সচ্ছল অৱস্থালৈ ৰুপান্তৰিত কৰিবলৈ সক্ষম হৈছে । BTC ৰ ৰাস্তা ঘাটবোৰৰ যে যথেষ্ট উন্নতি সাধন হৈছে তাক আমি নাকচ কৰিব নোৱাৰিম। কিন্তু হয় 15 বছৰৰ শাসন কালত যিকোনো ৰাজনৈতিক দলৰ বিৰুদ্ধে কিছুমান আসোৱাহ থাকিব পাৰে সেই বুলি আমি পৰিবৰ্তনৰ নামত কোনো অভিজ্ঞতা নথকা এটা ৰাজনৈতিক দলক সমৰ্থন দিয়া নিদিয়া BTC ৰ ৰাইজে বিবেচনা কৰিব।

সাম্প্ৰতিক সময়ত বিটিচি ৰ ৰাইজৰ প্ৰধান প্ৰশ্নবোৰ হল-

1. BTR Accord কাৰ্যকৰী হোৱা নাই কিয়?

2. কাৰ দায়িত্ব BTR চুক্তি ৰূপায়ণ কৰা ?

3. NDFB সকলোৰ  পুনৰ সংস্থাপন এতিয়াও হোৱা নাই কিয় ?

4. বিটিচিত অনাবড়ো সকলোৰ ভূমিৰ অধিকাৰৰ নিশ্চয়তা কোনো প্ৰদান কৰিব? 

5. নৱকুমাৰ শৰণীয়াক কোনে প্ৰস্তাৱ দিছিল বড়ো আৰু অনাবড়ো ৰ মাজত বিভাজন ঘটাবলৈ ? 

6. কোনটো দল সাম্প্ৰদায়িক আৰু জাতীয়তাবাদী? 




Comments

Popular posts from this blog

ECI SINGULARLY RESPONSIBLE FOR SECOND PHASE OF COVID-19

Elon Musk passes again Jeff Bezos

US ARMY LEFT KABUL